top of page
piitads2.jpg
training.jpg
images1.jpg
piit online course1.jfif

অসমৰ ৩৪ খন জিলাৰ প্রতিখন গাওঁত একোটাকৈ ট্রেইনিং চেন্টাৰ খুলা হ'ব আৰু চেন্টাৰবোৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী, গৃহণী-বিধৱা আদি কৰি যথাসম্ভৱ সকলোকে প্রশিক্ষণ দি আত্ম-সংস্থাপন কৰাই আমাৰ মূল লক্ষ্য ।

অধিক জানিবলৈ ক্লিক কৰক

tailoring.jpg

Introducing Gramin Computer and Vocational Education Campaign

images000.jpg
PiiT Mob App.jpg
piitads3.jpg
Home: Welcome
Contact Us

Thanks for submitting!

Who We Are

Gramin Computer and Vocational Education Campaign -হ'ল বেচৰকাৰী অনুষ্ঠান "ABHIMAT (N.G.O.) আৰু "PIIT EDUCATIONS" নামৰ শৈক্ষিক প্রতিষ্ঠান - দুটা একেলগে আগবঢ়োৱা এক বৃত্তিমূখী শিক্ষা তথা প্রশিক্ষণৰ ব্যৱস্থাপনা কার্যসূচী । ইয়াৰ জৰিয়তে অসমৰ চহৰাঞ্চল আৰু বিশেষকৈ গাওঁ বা ভিতৰুৱা অঞ্চলত বিভিন্ন বৃত্তিমূখী শৈক্ষিক প্রশিক্ষণ কেন্দ্র গঢ়ি তুলি সেই অঞ্চলৰ নিৱনুৱা - যুৱক-যুৱতী, তিৰোতা-বিধৱা আৰু কর্মমূখী উদ্দ্যমী সকলোক পর্যায়ক্রমে প্রশিক্ষণ দি আত্ম-সংস্থাপনৰ সুযোগ কৰি দি নিবনুৱা সমস্যা দূৰ কৰাৰ এক ক্ষুদ্র প্রয়াস । বৃত্তিমূখী শিক্ষাৰ ভিতৰত- কম্পিউটাৰ শিক্ষাৰ প্রশিক্ষণ, টেইলোৰিংৰ প্রশিক্ষণ, বোৱা-কটা প্রশিক্ষণ, Data Entry Operator-ৰ প্রশিক্ষণ, জুৱেলাৰী ডিজাইনিংৰ প্রশিক্ষণ, Beauty and Wellness -ৰ প্রশিক্ষণ, Lab-Technician-ৰ প্রশিক্ষণ, Fire - Safety & Disaster Managementৰ প্রশিক্ষণ, ক্ষুদ্র শিল্পৰ প্রশিক্ষণকে আদি কৰি বহুতো কর্মমূখী পাঠ্যক্রমৰ প্রশিক্ষণ দি প্রমাণ-পত্র যোগান ধৰাৰ উপৰিওঁ প্রশিক্ষিত সকলোক নিজ নিজ অভিজ্ঞতাৰ ভিত্তিত ১০০% কর্মত নিয়োগ কৰা এই কার্যসূচীৰ প্রধান উদ্দেশ্য ।

Join our WhatsApp Group=> Click here

JOIN EAST ZONE= Click here

JOIN WEST ZONE= Click here

JOIN SOUTH ZONE= Click here

JOIN NORTH ZONE= Click here

colla.jpg
gcvec.jpg
piit soft.jfif
piit online course1.jfif
piit teacher.jfif
Home: About Us
FRA.png
images0000.jpg

What We Do

আমি গ্রামীন কম্পিউটাৰ আৰু বৃত্তিগত শিক্ষণক গ্রাম্য তথা ভিতৰুৱা অঞ্চল সমুহতো সহজে উপলব্ধ কৰি সকলো পৰিয়ালৰ ছাত্র/ছাত্রী, নিবনুৱা যুৱক যুৱতী, গৃহণী আদি কৰি নিজৰ নিজৰ পছন্দৰ পাঠ্যক্রম যোগান ধৰাৰ উপৰিও ক্ষেত্র ভিত্তিক নিপুন সকলোক আমাৰ অনুষ্ঠানত কর্ম-সংস্থাপন দিয়াৰ ব্যৱস্থা কৰো ।

১৫ আগষ্ট ২০২১ ইং তাৰিখে আৰম্ভ হোৱা এই বৃত্তিগত প্রশিক্ষণমূলক কার্যসূচীত ইতিমধ্যে অসমৰ ৩৪ খন জিলাকে সাঙুৰি লোৱা হৈছে । প্রতিখন জিলাৰ গাঁৱে গাঁৱে আমাৰ এই কার্যসূচীৰ জড়িয়তে প্রশিক্ষণবোৰ গঢ় লৈ উঠি আছে । ইচ্ছুক ব্যক্তিক আমাৰ এই কার্যসূচীত সততে অংশ গ্রহণ কৰিব পাৰে । আমি বিভিন্ন অঞ্চলত ইয়াৰ Franchisee দি আছো । যদি কোনোবাই আমাৰ Franchisee ল'ব বিচাৰে তেন্তে কাষৰ ফর্ম খন পূৰণ কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে ।

Home: Our Technology
Contact Us for Franchisee

Thanks for submitting!

Gallery

Featured Showcase

images3.jpg
images00.jpg
images121.jpg
images000.jpg
images0.jpg
images1.jpg
images2.jpg
images5.jpg
images4.jpg
images6.jpg
images7.jpg
images11.jpg
images14.jpg
images22.jpg
images32.jpg
Untitled
Home: Portfolio
SUPPORT OUR CAUSE
Leave a one-time $10 donation

Thank you for helping us make a difference!

গ্ৰামীণ কম্পিউটাৰ আৰু ভোকাশ্বোনাল ইডুকেচনত (GRCVEC) Last Date Application is 20 August 2021.
00:36
HUGE VACANCY IN GRAMIN COMPUTER EDUCATION. KNOW HOW TO APPLY.
06:16
Home: Video Player

Get in Touch

Thanks for submitting!

Home: Contact

+917896177952

  • Facebook
  • Twitter
  • LinkedIn

©2021 by Gramin Computer and Vocational Education Campaign. Proudly created with Wix.com

bottom of page