NOW WHAT TO DO ? ABOUT THE CANDIDATES WHO HAVE PASSED OUT VIVA TEST ( যিসকলে VIVA Test -ত সফল হৈছে )
- grcvec

- Aug 25, 2021
- 2 min read
আমাৰ যোৱা ২০ আগষ্টত হৈ যোৱা VIVA TEST-ত কেৱল ৮১ জনহে সফলতাৰে উত্তীর্ণ হৈছে । যিহঁতে পাছ কৰিলে সিঁহতৰ Joining-ৰ আগতে কি কি কৰিব লাগিব ।
১। প্রতিজনে নিজৰ নিজৰ অঞ্চলত ( নিজা গাওঁত) একোটাকৈ প্রশিক্ষণ কেন্দ্র খুলাৰ বাবে ঠাই আৰু কোঠালী বাচনি কৰিব লাগিব । কোঠালী নিজৰ ঘৰত থাকিলে ভাল, নহ'লে ভাড়াত ল'ব লাগিব যাৰ বাবদ প্রতি মাহে ১৫০০ টকা/২০০০ টকা ভাড়া হিচাপে প্রতি মাহত পাই থাকিব ।
২।একেটা প্রশিক্ষণ কেন্দ্রত ৰাতিপূৱা ১২ বজালৈকে কম্পিউটাৰ প্রশিক্ষণৰ ক্লাছ হ'ব আৰু ১ বজাৰ পৰা টেইলোৰিংৰ প্রশিক্ষণ হ'ব । প্রশিক্ষণৰ বাবে ২৫ জনকৈ (কম্পিউটাৰৰ ২৫ জন আৰু টেইলোৰিং ২৫ জন) প্রশিক্ষার্থী নামভর্তি কৰক । ২৫ জনতকৈ বেছি হ'লে দুটা গ্রূপ কৰক ।
৩। নামভর্তি শেষ হ'লে ইয়াৰ তথ্য আমাৰ হাতত জমা দিয়াৰ পিছত আপোনাৰ/আপোনালোকৰ প্রশিক্ষণ কেন্দ্রটো আমাৰ District Level Project Mobilizing Officer য়ে সকলো সামগ্রী দি মুকলি কৰিবলৈ যাব ।
৪। নামভর্তি বাবদ প্রশিক্ষার্থী সকলে তলত দিয়া ধৰনে One Time Payment কৰিব লাগিব -
For Computer Training Courses- Rs.2200/-
Courses- CERTIFICATE IN COMPUTER APPLICATION (CCA) FOR BELOW HS PASS CANDIDATES
DIPLOMA IN COMPUTER APPLICATION (DCA) FOR HS TO DEGREE PASS CANDIDATES
ADVANCED DIPLOMA IN COMPUTER APPLICATION(ADCA) & PG DIPLOMA IN COMPUTER APPLICATION( PGDCA) FOR DEGREE TO ABOVE.
For Tailoring Training Courses - Rs.1800
Courses- CERTIFICATE IN DRESS DESIGNING & TAILORING
DIPLOMA IN DRESS DESIGNING & TAILORING.
৫। নিম্নতম ৫০ প্রশিক্ষার্থী থাকিলে প্রশিক্ষণ কেন্দ্রক Approval প্রদান কৰা হ'ব ।
৬। প্রশিক্ষণ কেন্দ্র গঠণ হ'লেহে চেন্টাৰ কোঅর্ডিনেটৰ সকলক মান্যতা দিয়া হ'ব আৰু কেৱল মান্যতা প্রাপ্ত সকলেহে মাহিলী মাননী প্রদান কৰা হ'ব ।
৭। প্রশিক্ষণ কেন্দ্রৰ বাবে প্রয়োজন হোৱা কম্পিউটাৰ আৰু চিলাই মেচিন NGO তৰফৰ পৰা প্রদান কৰা হ'ব ।
৮। চেন্টাৰ সমুহৰ বাবে তলত উল্লেখ কৰা বস্তুবোৰ প্রদান কৰা হ'ব -
Leaflet cum poster-50
Admission Form - 50
Admission Poster - 1
Center Name Hording -1




Comments